অসম চৰ চাপৰি সাহিত্য মঞ্চৰ দক্ষিণ বৰপেটা জিলা সমিতিৰ উদ্যোগত অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অসম চৰ চাপৰি সাহিত্য মঞ্চৰ খোলাবান্ধা অধিবেশনৰ ব্যাপক প্ৰস্তুতি চলিছে। ইতিমধ্য অধিবেশন খনি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ নবীৰ হুছেইনক সভাপতি, তমেজ উদ্দিন আকন্দক কাৰ্যকৰী সভাপতি, সাবান আলী আহমেদক সম্পাদক আৰু আব্দুছ ছালামক সহকাৰী সম্পাদক হিচাপে লৈ মূল আদৰণি সমিতিৰ লগতে কেবাটা উপ-সমিতি গঠন কৰা হৈছে। তদুপৰি অসম চৰ চাপৰি সাহিত্য মঞ্চৰ খোলাবান্ধা অধিবেশন উপলক্ষে এখনি স্মৃতিগ্ৰন্থও প্ৰকাশৰ পূৰ্ণপ্ৰস্তুতি চলোৱা হৈছে। যোৱা ৩ নবেম্বৰত আদৰণি সমিতিৰ সভাপতি নবীৰ হুছেইনৰ সভাপতিত্বত উক্ত অধিবেশনৰ প্ৰস্তুতি এখনি সভা অনুষ্ঠিত হৈ যায়। সভাত সংগঠনটোৰ জিলা সভাপতি মজনুৰ ৰহমান, সম্পাদক ফজলুৰ ৰহমান, খোলাবান্ধা হাই স্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক হাছেন আলী, লুইতপৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা আবু আয়ুব আহমেদ, খোলাবান্ধা হাই স্কুলৰ প্ৰধান শিক্ষক আব্দুল কাদেৰ, মগ্ৰব আলী, আকন্দ স্বাহজাহান আলী, ছাইফুল ইছলাম আদিৰ লগতে অঞ্চলটোৰ একাংশ গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…
- বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন
- ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ
- অসমলৈ সম্প্ৰসাৰণ হ’ল ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ পিংক প্ৰ’মিছ পদক্ষেপ
- কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষে প্ৰদৰ্শনী
- পাৰ্শ্বৱৰ্তী শ্ৰমিক ঐক্যমঞ্চৰ প্ৰতিবাদত উত্তাল নুমলীগড় শোধনাগাৰৰ প্ৰগতি দুৱাৰ…
- জ্যেষ্ঠ ৰাজনৈতিক নেতা, শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অগপত শোকৰ ছা ! সাত দিনীয়া শোক দিৱস অগপৰ…
- গোগামুখত জননেতা ভীমবৰ দেউৰী ১২১ সংখ্যক জন্মজয়ন্তী উদযাপন ! দেউৰী জাতীয় পৰিষদে ভীমবৰক লৈ নিৰ্মাণ কৰিব চলচিত্ৰ…