বিহালী সমষ্টিৰ কমাৰ পুখুৰী গাৱত নতুনকৈ গঠন হোৱা “জীবন”নামৰ স্বেচ্ছাসেৱী সংগঠনটো বৃস্হপতি বাৰে কমাৰ পুখুৰী গাৱত বয়জ্যেষ্ঠ লোকক সকলক আদৰণি জনোৱাৰ লগতে বিদ্যালয় প্রাংগনত বৃক্ষৰোপন কৰা হয় । জীৱন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি গোপাল ছেত্রীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আতঁ ধৰে সম্পাদক প্রদীপ উপাধ্যায়ে ।
তাৰ পিছতেই প্রাক্তন জিলা পৰিষদৰ সদস্য গিৰীকান্ত ভুজেল,অৱসৰ প্রাপ্ত শিক্ষক ক্রমে কুমাৰ পোখ্রল,দিলীপ প্রধান,টংক উপাধ্যায়,ক্ষীৰোদ গোস্বামী,মুক্তি ভট্টৰায়,উমাকান্ত ভট্টৰায়,লক্ষীকান্ত উপাধ্যায়,অৱসৰ প্রাপ্ত বেংক বিষয়া ভীষ্ম ভট্টৰায়,প্রগতিশীল খেতিয়ক পুৰুষোত্তম শর্মা,জেষ্ঠ সাংবাদিক ভুবন লুইটেল আৰু খগেন মটকক ফুলাম গামোচাৰে আদৰণি জনায় স্বেচ্ছাসেৱী সংগঠন তৰফৰ পৰা । জীৱন”ৰ এই প্রচেষ্টাত উপস্থিত কেইবাজনে লোকে প্রশংসা কৰে ।
তাৰ পিছতেই বিদ্যালয় সংগঠনটোৰ উদ্যোগত বিদ্যালয় প্রাংগনত গছ পুলি ৰোপণ কৰি সংৰক্ষণ ব্যৱস্থা কৰে সদস্য সকলে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…