ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কেন্দ্রত ৪অক্টোবৰ ২০২১তাৰিখলৈ ৭৬ দিন ভেকচিনেচন কাৰ্যসূচী সুচাৰু ৰূপে সম্পূৰ্ণ কৰিলে । আজিলৈ প্ৰথম আৰু দ্বিতীয় পালি ধৰি সৰ্বমুঠ ৭১০৬ জন হিতাধীকাৰীক ভেকচিন প্ৰদান সম্পূৰ্ণ । কিছুমান ব্যক্তি এতিয়াও প্রথম পালি ভেকচিন ভয়তে লোৱা নাই আৰু কিছূমান ব্যক্তিয়ে জ্বৰ ,কাহ,দূর্বল,মধুমেহ , উচ্চ ৰক্তচাপ হৈ আছে এতিয়া ভেকচিন গ্ৰহণ নকৰো বুলি অজুহাত দেখুৱাই ঘৰত বহি থকা সকলক আশাকৰ্মী সহায়ত MPW য়ে তেওঁলোকৰ নাম আৰু ফোন নং সংগ্ৰহ কৰি ভেকচিন কেন্দ্রত মাতি আনি ক’ভিড পৰীক্ষা, থাৰ্মমিটাৰৰ সহায়ত শৰীৰৰ উষ্ণতা পৰীক্ষা , মধুমেহ ৰোগী সকলক ছুগাৰ পৰীক্ষা কৰি ভেকচিন প্ৰদান কৰি আছে। পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ অঞ্চলৰ সকলো জনসাধাৰনে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিব বুলি আশাবাদী। পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলে ১০০% ভেকচিনেচন সম্পূৰ্ণ কৰিবলৈ আপ্ৰান চেষ্টা কৰি থকা দেখিবলৈ পোৱা যায়। যি সকল ব্যক্তি পক্ষাঘাত হৈ আছে পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কেন্দ্রত আহিব পৰা নাই সেই সকল ব্যক্তিক ঘৰে ঘৰে গৈ ভেকচিন দিয়াৰ ব্যবস্থা কৰা হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…