লাহৰীঘাটতো দেখা গল পোহৰৰ উৎসৱ দিপাৱলী

 সমগ্র দেশৰ লগতে অসমৰ মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চল তথা  আৰক্ষী থানা,বজাৰৰ ব্যৱসায়ী সকলেও নিজৰ নিজৰ দোকানৰ সন্মুখত মাটি চাকি, ৰঙীন মোমবাতি তথা আধুনিক ইলেক্ট্রনিক বাল্ব আদি জ্বলাই পোহৰৰ উৎসৱ দ্বীপাৱলী উদযাপন কৰা পৰিলক্ষিত হয়। আৰক্ষী প্ৰশাসনে মাইক যোগে আতজবাজি ফুটোৱাৰ ক্ষেত্ৰত বিশেষ নিয়মাবলীৰে ৰাইজক সতৰ্ক কৰি দিয়া পৰিলক্ষিত হয়। 

Related Articles