আজি সমগ্ৰ দেশৰ লগতে বিহালীতো পালন কৰা হয় সুধা কণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যু দিবস । দক্ষিন বিহালী শাখা সাহিত্য সভাৰ উদ্যোগত আৰু স্থানীয় মহিলা “যুৱকৰ সহযোগিতাত পুৱা সম্পাদক খগেন মটকে আতঁ ধৰা সভাত সভাপতি গোপাল উপাধ্যায়ে পতকা উত্তোলন কৰে !ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে অবসৰ প্ৰাপ্ত শিক্ষক তথা পুব বিহাালী শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰজনী সিংহয় ।ইয়াৰ পিছত দেবকান্ত শৰ্মা”দিলীপ বৰা : জয়ন্ত হাজৰিকাক আৰু মহেন্দ্ৰ উপাধ্যায় এই চাৰি গৰাকি সাহিত্যপ্ৰেমীক নতুনকৈ আজীৱন সদস্য হিচাপে অন্ত ভুক্ত কৰি আদৰণি জনায়। ইয়াৰ পিছতে ভৃপেন হাজৰিকাৰ ওপৰত বক্তব্য প্ৰদান কৰে ক্ৰমে ৰজনী সিংহ, দিলীপ বৰা “নন্দ কৰেল ” সদস্য নিৰঞ্জন দাস “জিলাৰ সদস্য “গজেন শৰ্মা” মহিলা সমিতিৰ হৈ উত্তৰা দেবী নাট্যকাৰ দেবশকান্ত শৰ্মা আদিয়ে । অন্যহাতে সন্ধীয়া শিশু সকলৰ মাজত ভূপেন্দ্ৰ সংগীত আৰু নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰিও স্থানীয় শিল্পী সকলৰ দ্বাৰা সংগীতানুষ্ঠান নুষ্ঠিত কৰা হব বুলি সভাপতি/ সম্পাদকে জানিবলৈ দিছে । ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ডুবাইত পাকিস্তানী অভিনেত্ৰী মাহিৰা খানৰ ওচৰত ক্ষমা বিচাৰিলে অৰিজিত সিঙে…
- কুকুৰকে ৰং সানি সজালে বাঘ, পুডুচেৰীত আতংক…
- তৰমুজৰ লগতে বাকলিও উপকাৰী, এই ধৰণে ব্যৱহাৰ কৰিব পাৰি তৰমুজৰ বাকলি…
- আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…