তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত টিৰাপ নৈত আজি পুৱা উদ্ধাৰ হয় এজন ৪৫ বছৰ উৰ্ধৰ ব্যক্তিৰ মৃতদেহ ৷মৃত ব্যক্তিজন লিডু কাম্বা গাঁও নিবাসী পৱন গড় বুলি চিনাক্ত হৈছে ৷ যোৱা কালিৰে পৰা পৰিয়ালৰ লোকে ব্যক্তিজন নিৰুদ্দেশ হৈ আছিল বুলি জানিবলৈ দিয়ে ৷ পৰিয়ালৰ লোকে ব্যক্তিজনক বিচাৰ খোচাৰ কৰিছিল যদিও কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ আজি পুৱাৰ ভাগত টিৰাপ নৈত ব্যক্তিজনৰ মৃতদেহ উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰা হয়। মৃতদেহটো উদ্ধাৰ হোৱা ঘটনাই সমগ্র অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কি আৰু কেনে পৰিস্থিতিত পৰি ব্যক্তিজনে এনেদৰে মৃত্যুক আকোৱালি লব লগা হল সেয়া বৰ্তমানেওঁ পৰা হোৱা নাই ৷ বৰ্তমান লিডু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স ৭৫ হাজাৰ অতিক্ৰম…
- চেমিকণ্ডাক্টৰ জৰিয়তে চাউথ ইষ্ট এছিয়াৰ দুৱাৰ মুকলি কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইঃ বিমল বড়া
- আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস…
- তেজপুৰৰ “সংস্কৃতা”ৰ বাৰ্ষিক অধিৱেশন আৰু বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা সম্পন্ন…
- বিবাহত ৰাজনৈতিক উপহাৰ! দৰাই কইনাক উপহাৰ দিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ফটো…
- ‘অনুপমা’ৰ ৰূপালী গাংগুলীয়ে এক বিশেষ ৰোগৰ বাবে গৰ্ভধাৰণত সমস্যাৰ সন্মুখীন হৈছিল! প্ৰতিগৰাকী মহিলাই বিপদত পৰে এই ৰোগৰ বাবে…
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান…
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…