“ওদালগুৰি জিলা টংলা থানা অন্তৰ্গত টংলা চহৰৰ পৰা ভেৰগাঁও চহৰলৈ অহাঁ ঘাইপথৰ বগপুৰি বটাবাৰিত বৃহস্পতিবাৰ যোৱা নিশা সংঘতিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা, ফলত থিতাতে নিহত হয় খৈৰাবাৰী গুৰিহাটী গাঁৱৰ ৰত্নেশ্বৰ বড়ো (৩৮) NDRFৰ জোৱান।”প্ৰাপ্ত খৱৰ অনুসৰি ওদালগুৰি জিলা খৈৰাবাৰী থানাৰ অন্তৰ্গত খৈৰাবাৰী গুৰিহাটী গাঁৱৰ প্ৰয়াত মনিৰাম বড়োৰ কনিষ্ঠ পুত্ৰ NDRFৰ জোৱান ৰত্নেশ্বৰ বড়োয়ে যোৱা নিশা প্ৰায় সাত বজাত AS01E M4758 বাজাচ পালচাৰ ১৫০ মটৰ চাইকেলৰে ঘৰৰ পৰা টংলা এটিএমলৈ বুলি ওলাই আহিছিল। কিন্তু দুৰ্ভাগ্যক্ৰমেটংলা এটিএমৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত টংলা খৈৰাবাৰী ঘাইপথৰ বগপুৰি বটাবাৰিত আনুমানিক নিশা ৮ ৰপ পৰা ৯ বজাত বাইক আৰোহী জনে তীব্ৰ বেগত আহি নিয়ন্ত্ৰণ হেৰুৱাই গছত খোণ্ডামাৰী দুৰ্ঘটনাতগ্ৰস্ত হয় ঝাহনিত পৰি NDRF ৰ জোৱান ৰত্নেশ্বৰ বড়ো (৩৮)ৰ মৃত্যু হোৱা বুলি জানিব পৰা যায়।আজি পুৱা ৭ বজাত মৃতদেহটো স্থানীয়লোকে প্ৰতক্ষ কৰি আৰক্ষীক খবৰ দিয়াত এতিমধ্যে ঘটনাস্থলীত পৰিয়ালৰ লোক আৰু আৰক্ষী আহি উপস্থিত হৈ মৃত বাইক আৰোহী গৰাকী মৰনোত্তৰ পৰিক্ষালৈ প্ৰেৰণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…
- ধূমপান এৰিলেই নহ’ব! হাওঁফাওঁৰ বাবে খাব লাগিব এই ৭টা খাদ্য…
- দুভাগত বিভক্ত হ’ল দেশৰ ১২৭ বছৰ পুৰণি গডৰেজৰ ব্যৱসায়…
- জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন…
- চীন-পাকিস্তানক প্ৰত্যাহ্বানঃ নৌসেনাৰ শক্তি বৃদ্ধি কৰি ভাৰতে পৰীক্ষণ কৰিলে এণ্টি-ছাবমেৰিন মিছাইল প্ৰণালী…
- মানুহ মৰি শেষ হৈ যাওক, কংগ্ৰেছৰ কোনো মতলব নাছিল, বিটিআৰত ১৭ বছৰে বিপিএফে অকল হত্যা-হিংসাৰ পৰিৱেশ সৃষ্টি কৰিছিলঃ মন্ত্ৰী পীয়ূষ হাজৰীকা
- ৰঙিয়া মৰাণজানাত ভয়ংকৰ দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ মৃত্যু…
- মানাহ ৰাষ্ট্ৰীয় উদ্যানত গা ধুবলৈ গৈ নিখোজ তিনি যুৱক, সন্ধান নাই দ্বীপ, অভিজিতৰ…
- ডিমা হাছাওৰ ডিটকছেৰাত বাছ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু…