অৱশেষত আজি ৪২৪ নং বিৰসিংচৰ এল পি স্কুলৰ পৰিচালনা কমিটীৰ সভাপতি পদৰ প্ৰাৰ্থীকলৈ যি নিৰ্বাচন হ’ল সেই নিৰ্বাচনত ২জন প্ৰাৰ্থী প্ৰতিদ্বন্দিতা কৰিছিল। ১ আবু তাহেৰ মণ্ডল, ২ ইব্ৰাহিম আলী । ভোট দান শেষ, ভোট গণনা আৰম্ভ। উক্ত ভোট গণনাৰ ফলাফল ভাগ্যৰ ওপৰত নিৰ্দ্ধাৰিত হ’ল, কাৰণ বিদ্যালয় খনৰ মুঠ ভোটাৰৰ সংখ্যাঃ- ৮৭ , ভোট দানৰ সংখ্যাঃ- ৮৬ ,আবু তাহেৰ মণ্ডলে মুঠ ভোট লাভ কৰিলে ৪৩ টা, আৰু ইব্ৰাহিম আলীয়ে মুঠ ৪৩টা ভোট লাভ কৰিলে।তাৰ মানে দুয়ো জন প্ৰাৰ্থীয়ে ভোট লাভ কৰিলে সমান সমান, ইয়াতেও সমস্যা নহ’ল সমাধান। অৱশেষত নিৰ্বাচিনী বিষয়াই লটাৰীৰ সিদ্ধান্ত লয়। আৰু লটাৰীত ইব্ৰাহিম আলীয়ে জয়ী হয় আৰু আবু তাহেৰ মণ্ডলে পৰাজিত হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…
- গ্ৰীষ্মকালত এই ৫ বিধ শাক-পাচলি কিনিবলৈ নাপাহৰিব, শৰীৰ ঠাণ্ডা ৰখাৰ লগতে পেটৰ বিষ কমায়…