মৰিগাঁৱত অনুষ্ঠিত কৰা ছমহীয়া পৰীক্ষাৰ পুনৰ প্ৰশ্ন কাকত ফাদিল। পৰীক্ষাৰ আগদিনা WhatsApp ত বিয়পি পৰিল প্ৰশ্ন কাকত। অকমন্যতাৰ বহিঃপ্ৰকাশ মৰিগাঁও শিক্ষা বিভাগৰ। মৰিগাঁও শিক্ষা বিভাগৰ অকমন্যতাৰ বাবে অবাঞ্চিত পৰিস্থিতিৰ আৰু মানসিক হাৰাশাস্তিৰ সন্মুখীন শিক্ষাৰ্থীৰ।জিলা শিক্ষা বিভাগে ছমহীয়া পৰীক্ষা অনুষ্ঠিত কৰিছিল যদিও মৰিগাঁও শিক্ষা বিভাগৰ কৰ্মচাৰীৰ চৰম ব্যৰ্থতাৰ বাবে সপ্তাহটোৰ ভিতৰতে দুবাৰকৈ সমাজ বিজ্ঞান আৰু সাধাৰণ বিজ্ঞানৰ পৰীক্ষা প্ৰশ্ন ফাদিল হোৱাত পৰীক্ষা বাতিল হয়। পৰীক্ষা আৰম্ভ হোৱাৰ এঘন্টাৰ পিছতে বন্ধ কৰিলে মৰিগাঁৱৰ শিক্ষা বিভাগে। বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত শিক্ষাৰ্থীৰ মাজত সৃষ্টি হৈছে এক অবাঞ্চিত আৰু অনাকাংক্ষিত পৰিস্থিতি। মৰিগাঁও জিলা ছাত্ৰ সংস্থাৰ লগতে ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকলে মৰিগাঁওৰ শিক্ষা বিভাগৰ এনে কাণ্ডক গৰিহণা দিয়ে। লগতে উপযুক্ত তদন্ত কৰি দুখীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাই বিভিন্ন মহলে। আনহাতে মৰিগাঁও জিলা উপায়ুক্তই উক্ত প্ৰশ্ন কাকত ফাদিলৰ ঘটনাক দণ্ডাধীশৰ দ্বাৰা তদন্ত কৰাই থকাৰ কথা প্ৰকাশ কৰে। উপায়ুক্ত গৰাকীয়ে জনায় যে প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত চলাই আছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিলড্ৰেনছ এছিয়ান গেমছত খেলাৰ বাবে ৰাছিয়ালৈ যাব অসমৰ দেবাংগনা তাঁতী…
- গুৱাহাটীত দুখনকৈ আই পি এল মেচ ! মহানগৰীত যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজস্থান ৰয়েলছে…
- ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ এজন যুৱক…
- ৰমণী আলি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ…
- বৰক্ষেত্ৰীত মুছলমান লোকৰ মৰম চেনেহ বিজেপিৰ লগত সদায় আছে !প্ৰধানমন্ত্ৰী মোডীক দেশৰ সূৰ্য আখ্যা মুখ্যমন্ত্ৰীৰ…
- মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা…
- বিশ্বনাথৰ তিনিসূঁতিত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সাহিত্যিক ছত্ৰমান চুব্বাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…
- চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…
- পুৰণিগুদামত দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম বাপুজী ভৱন পুথিভঁড়ালৰ খেলপথাৰ…
- জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…