২৭ নবেম্বৰত শনিবাৰে ওৰাং কলাগুৰু বিষ্ণুৰাভা মহাবিদ্যালয়ত আটছা ৰ প্ৰাথমিক সমিতি গঠন কৰা হয় । প্ৰায়ে দুই শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভা খনত প্ৰাথমিক সমিতি গঠন কৰাৰ পিছতেই সাংগঠনিক দিশত আলোকপাত কৰাৰ লগতে বিস্তৃত ভাবে আলোচনা পৰ্য্যালোচনা কৰা হয় ৷।উক্ত সভাৰ সভাপতিত্ব কৰে আটছাৰ ওদালগুৰি জিলা সমিতিৰ উপসভাপতি মণিৰাম মাহাতোৱে ৷ সভাৰ উদ্দেশ্য বাখ্যা কৰে আটছা মাজবাট শাখাৰ সম্পাদক দেৱহৰি মাহাতোৱে । ওৰাং কলাগুৰু বিষ্ণুৰাভা মহাবিদ্যালয়ৰ আটছা ৰ প্ৰাথমিক সমিতিত সভাপতি হিচাপে লোহিত মাহাতো আৰু সম্পাদিকা হিচাপে ৰীতা মাহাতোক নিৰ্বাচিত কৰি মুঠ ২১ জনীয়া শক্তিশালী কাৰ্য্যকৰী সমিতি গঠন কৰা হয় ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- দিনবোৰ সলনি হ’ব, প্ৰজন্মৰ উৰ্বৰ মগজুত বিশ্বজয়ৰ চেতনা জাগ্ৰত হ’ব! মানুহবোৰ মানুহ হ’ব…
- মানৱ জীৱনৰ প্ৰতি ভাবুকি! নিৰ্বাচনী ধামখুমীয়াত গুৰুত্ব নোপোৱা বাতৰি…
- বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ মৃত্যু ! ওড়িশাত কৰুণ মৃত্যুক সাৱটিলে নগাঁৱৰ দুই যুৱকে…
- শ্ৰীশ্ৰী শংকৰ মাধৱ মণিকাঞ্চন মিলন ক্ষেত্র শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰত মহাপালনাম, সম্বৰ্ধনা, ভাওনা প্ৰদৰ্শনঃ ভক্ত বৈষ্ণৱক আদৰণি জনালে নাৰায়ণপুৰীয়া ধৰ্মপ্ৰাণ ৰাইজে…
- ভলীবলৰ প্ৰশিক্ষক দীপ গগৈ আৰু অন্যান্য কিছু কথা…
- বৰষুণৰ বতৰঃ পাকঘৰত কি ৰান্ধিব? চিন্তাত পৰিছে নেকি…
- অসমৰ মুছলিম সম্প্ৰদায়ৰ ভোটাৰৰ আস্থা লোকসভাত তুলনামূলকভাৱে মুখ্যমন্ত্ৰীৰ প্ৰতি বৃদ্ধিঃ মিডিয়া মেনেজমেন্ট এণ্ড ৰিচাৰ্ছ এচ’ছিয়েচ’নৰ জৰীপত প্রকাশ…
- সন্তানক মানুহ বনাওক, নহ’লে আপোনাক অনাথ আশ্ৰমত ৰাখিব!
- ৰাহুল গান্ধীক পাকৈত দবা খেলুৱৈ বুলি কোৱাৰ পিছতে বিশ্বশ্ৰেষ্ঠ দবাৰু কাস্পাৰোভে ক’লে ‘প্ৰথমে ৰায়বৰেলীত জিকক, তাৰ পিছত…’
- চতিয়াৰ পথ দুৰ্ঘটনাত নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীৰ চিনাক্ত…