চাহ জনগোষ্ঠী লোকসকলক বহুজাতিক কোম্পানীয়ে কৰা শোষণ আৰু প্ৰৱঞ্চনাৰ প্ৰতিবাদত আৰু বহুকেইটা সমস্যা সমাধানৰ দাবীত আজি আমগুৰিত অসম চাহ জনজাতি ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ শতাধিক প্ৰতিবাদকাৰীয়ে বৰবাম চাহ বাগিচা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।বিশুদ্ধ খোৱাপানী , অনাময়ৰ সুব্যৱস্থা , আবাস গৃহৰ মেৰামতি, স্কুল বাছৰ সু ব্যৱস্থা, খেলপথাৰৰ সুব্যৱস্হা ক্ৰেচ হাউচ খোলাৰ ব্যৱস্থা অদি বিভিন্ন সমস্যা সমাধানৰ দাবীত আটছাই পুৱা ৭ বজাৰ পৰা দুঘন্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা ৰ বৰবাম চাহ বাগিচা প্ৰাথমিক গোটে আমগুৰিৰ বৰবাম চাহবাগিচাৰ মুখ্য কাৰ্য্যালয়ত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহন কৰি শীঘ্ৰে সমস্যা সমাধানৰ দাবী জনায়। প্ৰতিবাদকাৰী সকলে সমস্যা সমুহ ১৫ দিনৰ ভিতৰত সামধানৰ ব্যৱস্থা কৰাৰ নকৰিলে কাৰ্য্যালয় ঘেৰাও দৰে কাৰ্য্যসূচীৰ হুংকাৰ দিয়ে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…
- বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন
- ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ
- অসমলৈ সম্প্ৰসাৰণ হ’ল ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ পিংক প্ৰ’মিছ পদক্ষেপ