এজন ভাস্কৰ্য শিল্পী। অসমৰ আগশাৰীৰ ভাস্কৰ্য শিল্পী শিৱ প্ৰসাদ মাৰাৰ আগবাঢ়ি আহিছে বিশ্বানাথৰ পৰ্যটন ক্ষেত্রক নতুন মাত্ৰা দিয়াৰ বাবে। শিল্পী জনে তেওঁৰ জন্মভূমি বিশ্বনাথৰ বৰকুৰা গাঁৱত আৰম্ভ কৰিছে গ্ৰাম্য পৰ্যটনৰ আখৰা। প্ৰায় ৫বিঘা মাটি সামৰি শিল্পী জনে আৰম্ভ কৰা এই প্ৰকল্পৰ অন্যতম বিষয় হব- ভাস্কৰ্য শিল্প। তাৰ বাবে তেওঁ আৰম্ভ কৰিছে এক বিশেষ পৰিকল্পনা। প্ৰকল্পৰ সমুখ ভাগত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে এটা অডিটেৰীয়াম। লগত এটা আৰ্ট গেলাৰী। ইয়াত প্ৰদৰ্শিত হব শিল্পী গৰাকীয়ে নিজ হাতেৰে নিৰ্মাণ কৰি উলিয়া ভাস্কৰ্য শিল্প। আৰ্ট গেলাৰীত শিশু সকলৰ বাবে গ্ৰহণ কৰা হব বহু কাৰ্যসূচী। ইয়াত শিক্ষাৰ্থীয়ে লাভ কৰিব পাৰিব ভাস্কৰ্য শিল্পৰ জ্ঞান। শিশু সকলৰ বাবে মুকলি কৰা হব এখন সৰু উদ্যান। শিৱ প্ৰসাদ মাৰাৰৰ পৰিকল্পনা মতে এখন ফল ফল মূলৰ বাগিচাও থাকিব ইয়াত। ইয়াত থাকিব পৰ্যটকৰ থাকিব পৰা ঘৰৰ ব্যৱস্থা। এটা চাং ঘৰ আৰু বহু আকৰ্ষণীয় সমলৰে ৰিজৰ্ট ৰ আৰ্হিত নিৰ্মাণ কৰিব এই প্ৰকল্পত।ইতিমধ্যে গছ পুলি ৰোপন কে ধৰি বহু কাম আগ বঢ়াইছে শিল্পী জনে।শিল্পী জনে আশা কৰা মতে ইয়ালৈ বহু বিদেশী পৰ্যটকৰ আগমন ঘটিব।ইয়াৰ মাধ্যমেদি বিশ্বনাথৰ বিশ্বনাথৰ অন্যান্য পৰ্যটন ক্ষেত্ৰৰ লগতে বিশ্বনাথৰ চাহ পৰ্যটন ক সুদৃঢ় কৰাৰ প্ৰয়াস চলাব বুলি জানিবলৈ দিয়ে শিৱ প্ৰসাদ মাৰাৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…