January 10, 2022 লাহৰীঘাটৰ বৰছলাত ড্ৰাগছ সৰবৰাহকাৰীক আটক Share FacebookTwitterWhatsAppTelegramKooEmail মৰিগাঁও জিলাৰ -লাহৰীঘাটৰ বৰছলা আৰক্ষীয়ে দেওবাৰে নিশা এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ নাম ফকৰ উদ্দিন ( ২৬ )। বৰছলা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি পলাশজুৰি গাঁৱৰ পৰা ১০ টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ আটক কৰে। Author: দৈনন্দিন বাৰ্তা Related Articles জোনাইত উটি গ’ল কেমি-জেলম সংযোগী লোহাৰ দলং দৈনন্দিন বাৰ্তা - June 29, 2026 ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ দৈনন্দিন বাৰ্তা - June 29, 2026 ধেমাজিৰ জোনাইত সম্পূৰ্ণৰূপে বিচ্ছিন্ন ৰে’ল যাতায়াত দৈনন্দিন বাৰ্তা - June 29, 2026