মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত বোৱালগুৰিত পুৱতি নিশা অকস্মাৎ জুই লাগি কেইবাটাও বাসগৃহ পুৰি ভষ্মীভূত হয়। জানিব পৰা মতে জুইত ভষ্মীভূত হোৱা বাসগৃহ বোৰ ক্ৰমে আব্দুল ৰশিদ, জাকিৰ হুছেইন, আবুল কাশেম, চামছুল হক, শ্বাজাহান আলী আৰু নশ্বেদ আলীৰ। বাসগৃহৰ লগতে যাবতীয় নথিপত্ৰ, স্কুলৰ কিতাপ , বহী, কাপোৰ কানি, কাঠৰ আচবাব, ধান, চাউল, বাচন বৰ্তন, টিনপাতকে আদি কৰি শ্বাজাহান আলীৰ ১,৭৫০০০/-, নশ্বেদ আলীৰ ১৮,০০০/- আৰু আব্দুল ৰশিদৰ ৪৫,০০০/- নগদ ধনো জুইত ভষ্মীভূত হোৱ বুলি জানিব পৰা গৈছে। অৱশ্যে ঘটনা স্হলীত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱায় যদিও তাৰ আগতে সকলো পুৰি ভষ্মীভূত হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…