একেদিনাই ১০ টা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

পৌৰ সভাৰ নিৰ্বাচনলৈ মাজত আছে মাথোঁ কেইটামান দিন । নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে সকলো দলৰ প্ৰাৰ্থী অব্যাহত ৰাখিছে নিজৰ নিৰ্বাচনী প্ৰচাৰ। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ১০ টা ৱাৰ্ডত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে কয় যে এইবাৰো ১০ টা ৱাৰ্ডত জয়ী হৈ বিজেপি মিত্ৰজোঁ‌ট চৰকাৰখনে মৰিয়নী পৌৰসভা দখল কৰিব।

Related Articles