March 20, 2022 ১৯ মাৰ্চত অসম আৰক্ষীয়ে আটক কৰা যুৱক কেইজন আলফা স্বাধীনৰ নহয় বুলি স্পষ্টীকৰণ Share FacebookTwitterWhatsAppTelegramKooEmail ১৯ মাৰ্চত গুৱাহাটীত আৰু চৰাইদেউত অসম আৰক্ষীয়ে আটক কৰা মাজুলীৰ টুটু বৰা,দেৱজিত ভূঞা,মিঠু বৰুৱা আৰু মনিপুৰৰ ফিৰোজ খান আলফা স্বাধীনৰ সৈতে জড়িত নহয় বুলি এক প্ৰেছ বিবৃতিৰ জৰিয়তে স্পষ্টীকৰণ দিছে আলফা স্বাধীনে৷ Author: দৈনন্দিন বাৰ্তা Related Articles জুবিন হত্যাৰ গোচৰত আদালতত হাজিৰ হ’ব লাগিব সৃজনী ভাস্ব মহন্ত দৈনন্দিন বাৰ্তা - August 26, 2026 মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্তঃ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা ফৰেণছিকৰ দল দৈনন্দিন বাৰ্তা - August 26, 2026 ঘৰৰ টকা, সোণ চুৰ কৰি মোক ধন দিয়া বুলি মই জনা নাছিলোঁঃ য়শৰ GIRLFRIENDৰ বিস্ফোৰণ দৈনন্দিন বাৰ্তা - August 26, 2026