Breaking

১ এপ্ৰিলৰ পৰা দাম বাঢ়িব পেৰাচিটামল ঔষধৰ…

0 2,046

পেট্ৰল-ডিজেল, ৰন্ধন গেছ চিলিণ্ডাৰৰ পিছত সাধাৰণ লোকক মাধমাৰ শোধাই দাম বাঢ়িব জীৱদায়িনী ঔষধৰ। পহিলা এপ্ৰিলৰ পৰা বৃদ্ধি পাব বহু ঔষধৰ দাম। হ’লচেল প্ৰাইচ ইনডেক্সৰ পৰিৱৰ্তন হোৱাৰ লগে লগে অধিক দাম ভৰিব লাগিব ৰোগীয়ে। ১ এপ্ৰিলৰ পৰা উচ্চ ৰক্তচাপ, ৰক্তহীনতা, ছাল, জ্বৰ, সংক্ৰমণ, হৃদৰোগৰ ঔষধৰ দাম বৃদ্ধি পাব।

যোৱা বিত্তীয় বৰ্ষৰ তুলনাত ঔষধৰ দাম ১০.৭ শতাংশ বৃদ্ধি পাব। নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটী অৱ ইণ্ডিয়াই পাইকাৰী দৰ সূচকৰ পৰিৱৰ্তন কৰা বুলি ঘোষণাৰ লগে লগে কমেও ৮০০ বিধ মেডিচিনৰ দাম বৃদ্ধি পাব।

Leave A Reply