উজনি-মাজুলী : শেহতীয়াকৈ বৰষুণত ক্ষতিগ্ৰস্ত হোৱা মাজুলীৰ মঠাউৰিৰ অংশসমূহ জৰুৰী ভাৱে মেৰামতি কৰাৰ ব্যৱস্থা লৈছে জলসম্পদ বিভাগে। মঙ্গলবাৰে বিভাগটোৰ মাজুলী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ড০ ৰাজীৱ গোস্বামীয়ে সহকাৰী কাৰ্যবাহী অভিযন্তা অভয় কুমাৰ ডেকাৰ সৈতে ব্ৰহ্মপুত্ৰ মঠাউৰিৰ টেকেলিফুটা অংশৰ পৰা বনগাঁও অংশলৈ পৰিদৰ্শন কৰি মঠাউৰিৰ শেহতীয়া অৱস্থা নিৰীক্ষণ কৰে। জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু সহকাৰী কাৰ্যবাহী অভিযন্ত্ৰাদ্বয়ে টেকেলিফুটা-হালধিবাৰী-বেচামৰা ব্ৰহ্মপুত্ৰ মঠাউৰিৰ টেকেলিফুটা, জাবৰচুক, গেজেৰা, চাউৰেকীয়া, সোণোৱাল কছাৰী, চিকাৰী, লাচন, কান্ধুলিমাৰী, চটাইপুৰ, ৰতনপুৰ, নিকিনিখোৱা, ময়েঙীয়া মিচিং গাঁও, প’ৰাম, ধোঁৱাচলা, বনগাঁও অংশ সুক্ষভাৱে পৰ্যবেক্ষণ কৰি শেহতীয়া বৰষুণত হোৱা ‘ৰেইনকাট’ সমূহ শীঘ্ৰে মেৰামতিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ডিমৌত মিপুন বংশাৱলীৰ প্ৰথম সাধাৰণ অধিৱেশন সম্পন্ন
- স্তব্ধ হৈ ৰ’ল এটি সাহসী কণ্ঠ
- ভাৰত আৰু ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্কত এক নতুন দিগন্তৰ সূচনা
- ব’হাগত কুৰিৰো অধিক মঞ্চত বিহুৰ দ্বাৰা ব্যতিক্ৰমী পথ-সুৰক্ষা অনুষ্ঠান পৰিবহণ বিভাগৰ
- মিছ ইউনিভাৰ্ছৰ ল’গো মুকলি, জুন মাহত অনুষ্ঠিত হ’ব মিছ ইউনিভাৰ্ছ অসমৰ অডিচন; গুৱাহাটীত মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ প্ৰতিনিধি…
- পাটনাৰ গুৰুদ্বাৰত ব্যতিক্ৰমী ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…
- সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি পদত নিৰ্বাচিত নগেন শৰ্মা, সাধাৰণ সম্পাদকৰ পদত অপূৰ্ব কলিতা…
- ডাইনী হত্যাৰ বিপক্ষে থিয় দিয়া সাহসী যুঁজাৰু নাৰীগৰাকী…
- চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাঃ উত্তীৰ্ণৰ হাৰ ৮৭.৯৮ শতাংশ, ৯৯.৯১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত তিৰুৱনন্তপুৰম, গুৱাহাটীত উত্তীৰ্ণৰ হাৰ ৮২.০৫ শতাংশ…
- পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ ইৰাণ ভ্ৰমণৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…