নাজিৰা : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল নাজিৰাত যথেষ্ট উৎসাহজনক৷ নাজিৰাৰ সমীপৰ তিনিগৰাকী ছাত্ৰীয়ে নগাঁৱৰ ৰামানুজন কলেজৰ পৰা অবতীৰ্ণ হৈ স্হান লাভ কৰাৰ বিপৰীতে চাৰিখন শিক্ষানুষ্ঠানৰ ১০০ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে৷ শিমলুগুৰিৰ চ্যুকাফা একাডেমিৰ কলা শাখাত ৩১ গৰাকী প্ৰথম, ৪৪ গৰাকী দ্বিতীয়, ৩৬ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে ২ জনে ডিষ্টিংচন আৰু ৬ জনে ষ্টাৰ নম্বৰ ৯৮% উত্তীৰ্ণ হয়৷ বিজ্ঞান শাখাত ২ জনে, ৬ জনে দ্বিতীয় বিভাগত এশ শতাংশ উত্তীৰ্ণ হয়৷ কাজিৰঙা একাডেমিৰ কলা শাখাত ২২ জন প্ৰথম, ৩৭ জন দ্বিতীয়, ১১ জনে তৃতীয় বিভাগত এশ শতাংশ উত্তীৰ্ণ হয়, ইয়াৰে এজনে ডিষ্টিংচন আৰু ৪ জনে ষ্টাৰ নম্বৰ লাভ কৰে৷ বিজ্ঞান শাখাত ১২ জন প্ৰথম, ১১ জন দ্বিতীয়, ৩ জনে তৃতীয় বিভাগত এশ শতাংশ উত্তীৰ্ণ হয়৷ স্বৰাজ একাডেমিৰ কলা শাখাত ২৫ জন প্ৰথম, ৩০ জন দ্বিতীয় আৰু ৮ জনে তৃতীয় বিভাগত এশ শতাংশ উত্তীৰ্ণ হয়, ইয়াৰে ৭ জনে ষ্টাৰ লাভ কৰে৷ বিজ্ঞান শাখাত এজন প্ৰথম আৰু ১০ জনে দ্বিতীয় বিভাগত এশ শতাংশ উত্তীৰ্ণ হয়৷ নাজিৰা উচচতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ বিজ্ঞান শাখাত এজনে ষ্টাৰসহ ৫ জন প্ৰথম, ১২ জন দ্বিতীয় আৰু ২ জনে তৃতীয় বিভাগত ৯০ শতাংশ, কলা শাখাত ৪ জন প্ৰথম, ৩৯ জন দ্বিতীয় আৰু ৫৯ জনে তৃতীয় বিভাগত ৯৬% উত্তীৰ্ণ হয়৷ বাণিজ্য শাখাত ২ জন প্ৰথম, ৯ জন দ্বিতীয় আৰু ৪ জনে তৃতীয় বিভাগত এশ শতাংশ উত্তীৰ্ণ হয়৷ গড়গাওঁ এমজিএম জুনিয়ৰ কলেজৰ এজন ডিষ্টিংচন, ৪ জন ষ্টাৰ সহ ১৭ জন প্ৰথম, ১৮ জন দ্বিতীয় আৰু ১৭ জনে তৃতীয় বিভাগত ৯৭% উত্তীৰ্ণ হয়৷ ধিতাইপুখুৰী উত্তৰন জুনিয়ৰ কলেজৰ এজনে ডিষ্টিংচন, ৩ জন ষ্টাৰমাৰ্ক সহ ১৪ জন প্ৰথম, ১৮ জন দ্বিতীয় আৰু ১৮ জনে তৃতীয় বিভাগত এশ শতাংশ উত্তীৰ্ণ হয়৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- দেউতা, আপুনি সপোন দেখিছিলঃ একবিংশ শতিকাৰ আধুনিক ভাৰতৰ! পিতৃক স্মৰণ ৰাহুল-প্ৰিয়ংকাৰ…
- আপুনি পৃথিৱীৰ য’তেই নাথাকক কিয়, পুৱাৰ সতেজতা আনি দিব পাৰে কেৱল অসমৰ চাহকাপেঃ মুখ্যমন্ত্ৰী…
- GMCHত ওদালগুৰিৰ প্ৰাক্তন MCLA অনিমা বায়নৰ দেহাৱসান…
- নতুন দেহৰ প্ৰেছ ক্লাৱৰ উদ্যোগত অৰ্ধ শতাধিক আদৰ্শবান কৃষকক সম্বৰ্ধনা…
- APSCৰ মূল পৰীক্ষাৰ দিন ঘোষণা…
- আজি সম্পন্ন হ’ব ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ শেষকৃত্য, ৰাইছিৰ মৃত্যুত ৫ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা…
- ৰহাৰ বিহু মঞ্চত ব্যতিক্ৰমী দৃশ্য! যুৱ উদ্যোগী গৌতম ডেকাৰ প্ৰশংসনীয় পদক্ষেপ, মেডিকেলৰ ছাত্ৰক দিলে ২ লাখ ৫ হাজাৰ টকাৰ সাহাৰ্য…
- বোকাখাত ‘বি ডিভিজন’ ফুটবল প্ৰতিযোগিতা শুভাৰম্ভ…
- গুৱাহাটী বিমানবন্দৰত প্ৰথম মুখপত্ৰ ‘এল জি বি আই এ ক্ৰনিকেল’ উন্মোচন
- দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ”দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ তৰফৰ পৰা বৰপেটাৰ ড° বিৰিঞ্চি কুমাৰ দাস আৰু নাৰায়ণ দাসক সম্বৰ্ধনা…