পল্টন বজাৰৰ কিৰণশ্ৰী ৰেচিডেন্সিত চাৰি দুৰ্বৃত্বৰ ডকাইটি

মহানগৰীৰ পল্টন বজাৰত ভয়ংকৰ ঘটনা

কিৰণশ্ৰী ৰেচিডেন্সিত প্ৰৱেশ কৰি চাৰি দুৰ্বৃত্বৰ ডকাইটি

বাসগৃহটোৰ চাৰি মহলাত থকা গৌতম চাজেৰ, সঞ্জু চাজেৰ,বিমলা চাজেৰ বাসগৃহত এই ডকাইটি

চাৰি দুৰ্বৃত্বই অস্ত্ৰ দেখুৱাই লুটি নিয়ে ধন সোন

সোমবাৰে দিনৰ প্ৰায় ১২.৩০ বজাত সংঘটিত হয় এই ঘটনা

সেই সময়ত বাসগৃহটোত আছিল কেৱল দুগৰাকী মহিলা আৰু তেওঁলোকৰ সন্তান

চাৰি দুৰ্বৃত্বই চোকা অস্ত্ৰ দেখুৱাই মহিলাকেইগৰাকীৰ পৰা লৈ যায় পিন্ধি থকা সোণৰ অলংকাৰ

Related Articles