নলবাৰী ৪১ খন সমিতিক আৰ্থিক অনুদান আগবঢ়াই জয়ন্ত মল্ল বৰুৱাই

ৰঙালী বিহু সমাগত । আৰু এইবাৰ চান্দা সংস্কৃতি বন্ধ কৰাৰ স্বাৰ্থত অসম চৰকাৰে বিহু সমিতিক প্ৰদান কৰিছে আৰ্থিক অনুদান। আৰু আজি নলবাৰীত বিহু সমিতিক এইদৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই প্ৰদান কৰিলে অনুদানৰ চেক।নলবাৰী সমষ্টিৰ ৪১ খন সমিতিক প্ৰদান কৰে আৰ্থিক অনুদান।

Related Articles