Breaking

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত জয়লাভ আম আদমী পাৰ্টীৰ

0 2,580

আম আদমী পাৰ্টীৰ বাবে ভাল খবৰ খবৰ।গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত Entry মাৰিলে আপে।৪২ নং ৱাৰ্ডত জয়লাভ কৰিলে আম আদমী পাৰ্টীৰ প্ৰাৰ্থীয়ে।২২ তাৰিখে গুৱাহাটী পৌৰ নিগম নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰুআজি ঘোষণা কৰা হৈছে গুৱাহাটী পৌৰসভা নিৰ্বাচনৰ ভোটগণনা।আশা কৰা ধৰণেই এইবাৰো নিৰ্বাচনত সফলতাৰ মুখ দেখিছে বিজেপিয়ে। বেছি ভাগ ৱাৰ্ডতে বিজেপিয়ে জয়লাভৰ দিশে আগবাঢ়িছে ।

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত প্ৰথমবাৰলৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা আম আদমী পাৰ্টীলৈও আহিছে আশাৰ খবৰ।৪২ নং ৱাৰ্ডত আপৰ প্ৰাৰ্থী মাচুমা বেগমৰ জয়লাভ ।

Leave A Reply