বিহালীত আতংক৷প্লাস্টিকৰ চাউল বিতৰণ ছাহ বাগিছাৰ কৰ্মচাৰী সকলৰ মাজত৷এইবাৰ চাইনা নহয় অসমত ওলাইছে প্লাষ্টিকৰ চাউল৷ইমানদিনে ইউটিউবত পোৱা প্লাষ্টিকৰ চাউল বৰ্তমান উপলব্ধ বিহালীৰ চাহ বাগিচাৰ কৰ্মীসকলৰ মাজত৷সাপ্তাহিক ৰেচন বিতৰণৰ নামত হেতালি নেকি খেলিছে এছিয়াৰ দৃতীয় বৃহত্তম ছাহ বাগিছা মোনাবাৰী ছাহ বাগিছাই৷কৰ্মছাৰী সকলৰ স্বাস্থ্যৰ প্ৰতি হেতালি খেলিছে নেকি বাগিছা কৰ্তা সকলে ৷ মোডী চৰকাৰৰ প্লাষ্টিক মুক্ত ভাৰতক বৃদ্ধাগুংস্ঠ দেখুৱাই প্লাস্টিকৰ চাউল খুৱাইছে বাগিছা কৰ্তৃপক্ষই৷এচিয়াৰ দৃত্বীয় বৃহত্তম চাহ বাগিছা মোনাবাৰীৰ এনে কৰ্ম কাণ্ডই জিয়াতু ভোগাইছে কৰ্মচাৰী সকলক।
এটিয়া প্ৰশ্ন হৈছে এই প্লাস্টিকৰ চাউৰ আতংকৰ পৰা কোনে বচাব বিহালী বাসীক?

