২৯/৩০ এপ্ৰিল২০২২ তাৰিখে “নেপাল, মেচিনগৰত অনুস্থিত হৈ যোৱা “ময়ুৰ কাপ” আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত “খঙ্গীয়া অ’ল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমি, দেৰগাঁও”ৰ মুখ্যপ্ৰশিক্ষক চেনচেই-সঞ্জীৱ বৰাৰ নেতৃত্বত একাডেমিৰ ২১ জনীয়া খেলুৱৈ দলটিয়ে ভাৰতৰ হৈ অংশগ্ৰহণ কৰি প্ৰতিগৰাকী প্ৰতিযোগীয়ে বিভিন্ন বিভাগত সুন্দৰ খেল প্ৰদৰ্শনে ২টা গ’ল্ড, ৭টা চিলভাৰ, ১৫টা ব্ৰঞ্জৰ পদক লাভ কৰি অসমৰ লগতে গোলাঘাট জিলা তথা দেৰগাঁওলৈ সুনাম কঢ়িয়াই অনাত বৃহস্পতি বাৰে দেৰগাঁৱৰ ৰাজীৱ ভৱনত একাডেমিৰ সন্মানীয় সভাপতি-বিনোদ দত্ত, পৰিচালক-পঙ্কজ কুমাৰ বৰা, মঃ ববী আলি ডাঙৰীয়াকে প্ৰমুখ্য কৰি সমূহ প্ৰশিক্ষক, অভিভাৱক-অভিভাৱীকা ৰ উদ্যোগত, জেষ্ঠ অভিভাৱক-দেৱদত্ত শ্বাহাৰ সঞ্চালনাত, দেৰগাঁও সন্মানীয় কেইবাগৰাকী সংবাদ কৰ্মী, উদিয়মান যুৱ লেখক অমৰ বৰুৱাৰ উপস্থিতিত অনুস্থিত সভাত একাডেমিৰ মুখ্যপ্ৰশিক্ষকে প্ৰমুখ্য কৰি সমূহ বিজয়ী খেলুৱৈক আনুস্থানিকভাবে সন্মান জনাই অভিনন্দন সহ অনাগতলৈ সফলতা লাভৰ শুভেচ্ছা জ্ঞাপন কৰে৷

এই অনুস্থানতে যোৱা জানুৱাৰী মাহত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত- BlACK BELT -1st, 2nd Dan প্ৰাপ্তি একাডেমিৰ প্ৰশিক্ষক আৰু জেষ্ঠ প্ৰশিক্ষাৰ্থী কেইবাগৰাকীৰ লগতে আগষ্ট ২০২২ তাৰিখত হিমাচাল প্ৰদেশৰ চিমলাত “অ’ল ইণ্ডিয়া কাৰাটে প্ৰশিক্ষক আৰু ৰেফাৰী এছ’চিয়েছনে” আগবঢ়োৱা “ভাৰত গৌৰৱ কাৰাটে খেল ৰত্ন এৱাৰ্ড”ৰ বাবে মনোনীত কৰা চেনচেই-সঞ্জীৱ বৰা ডাঙৰীয়াক অভিনন্দন সহ শুভেচ্ছা জনোৱা হয়
পদক প্ৰাপ্তি সকল হল ক্ৰমে-
কাটা বিভাগত
১/ভৈৰৱ ৰিঙ্কু বৰা-(চিলভাৰ)
২/পাৰ্থ প্ৰতিম দত্ত- (ব্ৰঞ্জ)
৩/প্ৰজ্ঞান জ্যোতি ভূঞা- (ব্ৰঞ্জ)
কুমিটে বিভাগত
১/ অভিস্মিত আৰয়ান বৰুৱা- (গ’ল্ড)
২/ পিঙ্কু পেগু – (গ’ল্ড)
১/- প্ৰিঞ্চ বড়ো-(চিলভাৰ)
২/- পাৰ্থ প্ৰতিম দত্ত- (চিলভাৰ)
৩/- প্ৰত্যুশজ্যোতি কাশ্যপ-(চিলভাৰ)
৪/- ৰ্কি বৰা-(চিলভাৰ)
৫/- প্ৰাণজ্যোতি পেগু-(চিলভাৰ)
৬/- সুকন্যা গগৈয়ে-(চিলভাৰ)
১/- অবিনাশ বৰা-(ব্ৰঞ্জ)
২/- সাৰঙ্গ হাজৰিকা-(ব্ৰঞ্জ)
৩/- ভৈৰৱ ৰিঙ্কু বৰা-(ব্ৰঞ্জ)
৪/- প্ৰজ্ঞান জ্যোতি ভূঞা-(ব্ৰঞ্জ)
৫/- ভাৰ্গৱ ৰিঙ্কু বৰা-(ব্ৰঞ্জ)
৬/- অবিনাশ বৰা-(ব্ৰঞ্জ)
৭/- বলেন্দ্ৰ দাউ-(ব্ৰঞ্জ)
৮/- হৃদয় ৰঞ্জন বাপু বৰুৱা-(ব্ৰঞ্জ)
৯/- সাৰঙ্গ হাজৰিকা-(ব্ৰঞ্জ)
১০/- চিনময় গোস্বামী-(ব্ৰঞ্জ)
১১/- পদুম গগৈ- (ব্ৰঞ্জ)
১২/- ৰাখী পূৰ্ণিমা শইকীয়া-(ব্ৰঞ্জ)
১৩/- শিৱানী শইকীয়া-(ব্ৰঞ্জ)
১৪/- ময়ুৰী বৰা- (ব্ৰঞ্জ)
১৫/- ৰিচিতা মুদৈ-(ব্ৰঞ্জ)

