নামখলা : দৰং জিলাৰ বৰদৌলগুৰিৰ নিবাসী তথা কৰ্মসূত্ৰে বৰ্তমান গুৱাহাটীৰ বাসিন্দা যোগেন নাথ ৷ লকডাউনত ঘৰতে আছে যদিও পুৱা ঘৰৰ ওচৰৰ জপনাত বিদ্যুত সংযোগ হৈ থকা এখন টিনত হাতেৰে ধৰাত সংজ্ঞাহীন হৈ পৰে ৷ ততাতৈয়াকৈ গুৱাহাটীৰ মেডিকেল হাস্পতালত ভৰ্ত্তি কৰে যদিও ডাক্তৰে তেওঁক মৃত বুলি ঘোষণা কৰে ৷ ৫৫ বছৰীয়া যোগেন নাথক মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী সহ দুজন ল’ৰা ছোৱালীক এৰি থৈ যায় ৷ তেওঁৰ মৃত্যুত বৰদৌলগুৰি অঞ্চলত শোকৰ ছা পৰে ৷ আনহাতে পাথৰিঘাট ৰাজহ চক্ৰ বিষয়া আৰু কৰ্মচাৰী বৃন্দই শোকসন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জনায় ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- এনডিএ-ৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভৱেশ কলিতাই…
- ২.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল পশ্চিম দিল্লী…
- দিনবোৰ সলনি হ’ব, প্ৰজন্মৰ উৰ্বৰ মগজুত বিশ্বজয়ৰ চেতনা জাগ্ৰত হ’ব! মানুহবোৰ মানুহ হ’ব…
- মানৱ জীৱনৰ প্ৰতি ভাবুকি! নিৰ্বাচনী ধামখুমীয়াত গুৰুত্ব নোপোৱা বাতৰি…
- বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ মৃত্যু ! ওড়িশাত কৰুণ মৃত্যুক সাৱটিলে নগাঁৱৰ দুই যুৱকে…
- শ্ৰীশ্ৰী শংকৰ মাধৱ মণিকাঞ্চন মিলন ক্ষেত্র শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰত মহাপালনাম, সম্বৰ্ধনা, ভাওনা প্ৰদৰ্শনঃ ভক্ত বৈষ্ণৱক আদৰণি জনালে নাৰায়ণপুৰীয়া ধৰ্মপ্ৰাণ ৰাইজে…
- ভলীবলৰ প্ৰশিক্ষক দীপ গগৈ আৰু অন্যান্য কিছু কথা…
- বৰষুণৰ বতৰঃ পাকঘৰত কি ৰান্ধিব? চিন্তাত পৰিছে নেকি…
- অসমৰ মুছলিম সম্প্ৰদায়ৰ ভোটাৰৰ আস্থা লোকসভাত তুলনামূলকভাৱে মুখ্যমন্ত্ৰীৰ প্ৰতি বৃদ্ধিঃ মিডিয়া মেনেজমেন্ট এণ্ড ৰিচাৰ্ছ এচ’ছিয়েচ’নৰ জৰীপত প্রকাশ…
- সন্তানক মানুহ বনাওক, নহ’লে আপোনাক অনাথ আশ্ৰমত ৰাখিব!