June 22, 2022 কৰ’নাত আক্ৰান্ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে Share FacebookTwitterWhatsAppTelegramKooEmail কৰ’নাত আক্ৰান্ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে৷ মহাৰাষ্ট্ৰৰ ৰাজ্যপালো কৰ’নাত আক্ৰান্ত৷শিৱসেনাৰ বহুকেইজন বিধায়কৰ মত নাই থাকৰেৰ পক্ষত৷ গুৱাহাটীৰ এখন হোটেলত বাহৰ শিৱসেনাৰ লগতে আন দলৰ বহু বিধায়ক৷ Author: দৈনন্দিন বাৰ্তা Related Articles West Bengal news: নিৰ্বাচনৰ ফলাফলৰ পিছতে পশ্চিম বংগত ভয়ংকৰ হিংসাত্মক ঘটনা দৈনন্দিন বাৰ্তা - May 7, 2026 প্ৰাক্তন BBCI সঞ্চালক ডা. এ. চি. কাটাকীৰ USTMত যোগদান । USTM দৈনন্দিন বাৰ্তা - May 6, 2026 MBBS চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃষাণু দেৱ ৰায় দৈনন্দিন বাৰ্তা - May 6, 2026