June 29, 2022 APSC নতুন অধ্যক্ষ ৰূপে নিযুক্তি ড° অজন্তা নাথক Share FacebookTwitterWhatsAppTelegramKooEmail APSC নতুন অধ্যক্ষ ৰূপে নিযুক্ত ড° অজন্তা নাথ।জামুগুৰিৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ সহকাৰী অধ্যাপিকা । ড° অজন্তা নাথক ২০১৮ চনত অসম লোক সেৱা আয়োগৰ সদস্য হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছিল। Author: দৈনন্দিন বাৰ্তা Related Articles বীৰ লাচিত সেনাৰ মানস জ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত দুজনক আটক দৈনন্দিন বাৰ্তা - August 27, 2026 জুবিন হত্যাৰ গোচৰত আদালতত হাজিৰ হ’ব লাগিব সৃজনী ভাস্ব মহন্ত দৈনন্দিন বাৰ্তা - August 26, 2026 মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্তঃ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা ফৰেণছিকৰ দল দৈনন্দিন বাৰ্তা - August 26, 2026