Breaking

হাইলাকান্দিৰ আলগাপুৰত ভয়ংকৰ হত্যাকাণ্ড

0 22

হাইলাকান্দিৰ আলগাপুৰত চাঞ্চলকৰ হত্যাকান্ড ।আলগাপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভিতৰত এক অটোচালকৰ মৃতদেহ উদ্ধাৰ। মৃত অটোচালকৰ নাম নজৰুল ইছলাম লষ্কৰ । নিজৰ অটোৰ ভিতৰত মৃত অবস্থাত উদ্ধাৰ নজৰুল ।

কোনোবাই ডিঙি চেপি হত্যা কৰাৰ আশংকা। হত্যা কান্ডৰ কাৰণ স্পষ্ট হোৱা নাই। আৰক্ষী-দন্ডাধীশ উপস্থিত।
স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ । উত্তপ্ত পৰিস্থিতি। সু-বিচাৰ বিচাৰি পৰিবাৰৰ হিয়াভৰা কান্দোন ।

কেনেকৈ চিকিৎসলয়ৰ ভিতৰত হত্যাকান্ড সংঘটিত হ’ল , ইয়াৰ তদন্ত দাবী। হাস্পাতালত ইনচাৰ্জৰ নজমুল হক মাঝাৰভূইয়া বৰ্খাস্ত দাবী।

Leave A Reply