জহি খহি গৈছে কামাখ্যা মন্দিৰলৈ যোৱা পথত থকা প্ৰতিমূৰ্তি

জহি খহি গৈছে কামাখ্যা মন্দিৰলৈ যোৱা পথত থকা প্ৰতিমূৰ্তি

মেখেলা উজুৱা পথৰ আৰ্হিত বনোৱা হৈছিল প্ৰতিমূৰ্তিসমূহ

কোনোবাটো প্ৰতিমূৰ্তিৰ যদি হাত নাই, কোনোবাটোৰ নাই মূৰ

স্থানীয় ৰাইজৰ মতে ধুমুহাৰ বাবে ভাঙিছে প্ৰতিমূৰ্তি

একাংশৰ সন্দেহ দুৰ্বৃত্তই ভাঙিছে প্ৰতিমূৰ্তিসমূহ

Related Articles