July 29, 2022 ঘোচ লৈ গ্ৰেপ্তাৰ আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈ Share FacebookTwitterWhatsAppTelegramKooEmail ২০ হাজাৰ ঘোচ লৈ গ্ৰেপ্তাৰ আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈ। বাৰৰ মালিকৰ পৰা লৈছিল ২০ হাজাৰ টকাৰ ঘোচ মৰিগাঁৱৰ আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈয়ে।দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিলে আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈক। Author: দৈনন্দিন বাৰ্তা Related Articles উত্তৰ গুৱাহাটী আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা শুভাৰম্ভ দৈনন্দিন বাৰ্তা - July 17, 2026 মৰিয়নিৰ শিৱম চাহাই সৰ্ব ভাৰতীয় NEET-পৰীক্ষাত ৫৪৪ নম্বৰ লাভ কৰে দৈনন্দিন বাৰ্তা - July 17, 2026 নীট পৰীক্ষাত সফলতা বৰক্ষেত্ৰীৰ ২ নং জয়সাগৰৰ টেম্পো চালকৰ পুত্ৰ… দৈনন্দিন বাৰ্তা - July 17, 2026