দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ৰাজনৈতিক অস্থিৰতাৰ মাজতে ৰাজস্থানৰ ৰাজনীতিৰ নতুন অধ্যায়ৰ সৃষ্টি হৈছে। ANI ত প্ৰকাশিত বাতৰি মতে ৰাজস্থানত মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটৰ মাজত চলি থকা ৰাজনৈতিক যুদ্ধৰ মাজতে কংগ্ৰেছে এটা অডিঅ ক্লিপ জাৰি কৰি দাবী কৰিছিল যে গেহলট চৰকাৰক ভাঙিবলৈ এটা গভীৰ ষড়যন্ত্র ৰচনা কৰা হৈছিল আৰু দাবী উত্থাপন কৰা হৈছিল যে এই অডিঅ ক্লিপত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং সেখাৱাটৰ মাত স্পষ্টকৈ শুনা পোৱা গৈছিল। ঘটনাৰটোৰ সন্দৰ্ভত ৰাজস্থান Special Operation Group য়ে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং সেখাৱাটলৈ নটিচ জাৰি কৰিছে। দিল্লীত থকা মন্ত্ৰীজনৰ ঘৰলৈ এই নটিচ প্ৰেৰণ কৰি Special Operation Group সয়ে সোধা পোছা কৰিবলৈ সময় বিচাৰিছে। উল্লেখ্য যে কংগ্ৰেছে এই অডিঅ ক্লিপত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং সেখাৱাটৰ মাত স্পষ্টকৈ থকাৰ অভিযোগ তুলি মন্ত্ৰীজনৰ পদত্যাগৰ দাবী কৰিছিল। ইপিনে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং সেখাৱাটৰে এই অভিযোগ খণ্ডণ কৰি কয় যে তেওঁ যিকোনো ধৰণৰ তদন্তৰ বাবে প্ৰস্তুত হৈ আছে কিন্তু একেসময়তে একাংশ কংগ্ৰেছীয়ে দাবী কৰিছে যে গজেন্দ্ৰ সিং সেখাৱাটে নিজৰ ভইচ চেম্পল দিবলৈ এতিয়াও মান্তি হোৱা নাই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হনুমান চালিছাঃ হনুমান চালিছা অতি শক্তিশালী বুলি গণ্য কৰা হয়, জপ কৰিলেই সকলো বিপদ নাইকিয়া হয়…
- কৰীনা কাপুৰৰ ‘মাতৃ দিৱস’ৰ বিশেষ কেকটো কোনে মনে মনে খালে? কেক বিচাৰি হাহাকাৰ…
- আল্লু অৰ্জুন, জুনিয়ৰ এন টি আৰ; ৰাজামৌলিৰ ভোটদান। ৰাইজক আহ্বানঃ সাৱধানে ভোট দিয়ক, আগন্তুক ৫ বছৰৰ বাবে অতি গুৰুত্বপূৰ্ণ…
- মন্দিৰত পূজাৰীয়ে প্ৰসাদ হিচাপে দিয়া ফুলবোৰ কি কৰে? পেলাই দিয়ে নেকি, নিদিব…
- পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ…
- কেনেকৈ সুখী হ’ব পাৰিব? অবিবাহিত হৈ সুখী হোৱাটো আপোনাৰ বাবে সহজ নে…
- ব্ৰিটিছ সংসদৰ হাউছ অব্ লৰ্ডছলৈ নিৰ্বাচিত প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত আয়েশা হাজৰিকা…
- ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পাছত জম্মু-কাশ্মীৰত নিৰ্বাচন…
- নেমুৰ চাহঃ আপুনিও নেমু মিহলি কৰি চাহ খায় নেকি? ইয়াৰ ফলত হ’ব পাৰে বৃক্কৰ ক্ষতি…
- ডিব্ৰুগড়ত ‘কৰুণাধাৰা’ৰ হোমেন বৰগোহাঞি স্মৰণ-বক্তৃতানুষ্ঠান…