নলবাৰী : নিখিল ভাৰত কৃষক সভাৰ অন্তৰ্ভুক্ত নলবাৰী আঞ্চলিক কৃষক সভাই আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নলবাৰী জিলাৰ যজ্ঞভূমিত কৃষক সভাই সামাজিক দূৰত্ব বজাই ৰাখি এক প্ৰতিবাদী সমদল উলিয়াই। আয়কৰৰ আওতাত নপৰা প্ৰতিটো পৰিয়ালক প্ৰতি মাহে ৬ মাহৰ বাবে ৭৫০০ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰক, অসমৰ বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰক, স্বাস্থ্য সেৱা বিনামূলীয়া আৰু সাৰ্বজনীন কৰক আদি শ্ল’গান দি চৰকাৰক দাবী জনাই কৃষক সভাৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট বাওপন্থী নেতা ৰবীন মিশ্ৰই ওপৰোক্ত দাবী সমূহৰ ভিত্তিত ঐক্যবদ্ধভাৱে সংগ্ৰাম গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…
- ধৰ্মৰ ভিত্তিত সংৰক্ষণত বিজেপিয়ে বিশ্বাস নকৰেঃ অমিত শ্বাহ….
- অসমৰ ৩০খন জিলাত বতৰ বিজ্ঞান বিভাগৰ Yellow Alert জাৰি…
- নিৰ্বাচনৰ আগতে কেজৰিৱালক কিয় গ্ৰেপ্তাৰ কৰা হ’ল ! ইডিৰ পৰা প্ৰশ্নৰ উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে…
- অসমত প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ ৭৮.২৫ দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ ৮২.১৭ শতাংশঃ নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য…
- মণিপুৰ আৰক্ষীয়ে দুগৰাকী কুকি মহিলাক সহায় কৰাৰ সলনি উত্তেজিত জনতাৰ মাজলৈ লৈ গৈছিল ! চিবিআইৰ অভিযোগনামা দাখিল…
- কংগ্ৰেছ বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ…
- ব্ৰিটিছ ফাৰ্মাচিউটিকেল কোম্পানী এষ্ট্ৰাজেনেকাই প্ৰথমবাৰৰ বাবে স্বীকাৰ : কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া আছে…
- Royals contribute four players to the Indian squad for T20 World Cup…