ধুবুৰীৰ চাপৰত সহস্ৰাধিক ক্ৰীড়াপ্ৰেমীৰ উষ্ম আদৰণিৰ মাজত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ধুবুৰীৰ চাপৰত ৰত্নপীঠ ক্ৰীড়া কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত স্বৰ্গীয় জয়ন্ত সিংহ আৰু স্বৰ্গীয় তিসিমুদ্দিন আহমেদ সোঁৱৰণী আন্তঃগ্ৰাম ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন আয়োজিত হয়। বহলপুৰ নাথপাৰা যুৱক সংঘ আৰু খুঁটাপাৰা তৰুণ সংঘৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলখন উপভোগ কৰি আপ্লুত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

Related Articles