আমচৈ শিবকুণ্ডত বনৰীয়া হাতীক খাদ্য যোগান সহায় অসমৰ লগতে বিভিন্ন সংগঠনৰ…

আমচৈ শিবকুণ্ডত বনৰীয়া হাতিক খাদ্য যোগান সহায় অসমৰ লগতে বিভিন্ন সংগঠনৰ

মঙ্গলবাৰে সহায় অসম,প্ৰকৃতি প্ৰেমি মঞ্চ অসম ,দৈনন্দিন বাৰ্তা তথা আলোক প্ৰভঞ্জনৰ মৰিগাঁও সদস্য পুলিন কাকতি সহযোগত অমচৈ শিৱ কুণ্ড বনাঞ্চলত বনৰীয়া হাতিক খাদ্য হিছাপে কিছু কলগছ যোগান ধৰে।এই কাৰ্য্য শিব কুণ্ড বন বিভাগেও সম্পুন্য ভাবে সহযোগ কৰে।

Related Articles