October 26, 2022 শিৱসাগৰৰ বিধায়ক অখিল গগৈ অসুস্থ হোৱাৰ বাবে নতুন দিল্লীৰ হাস্পতালত ভৰ্তি কৰোৱা হয়… Share FacebookTwitterWhatsAppTelegramKooEmail নতুন দিল্লীত হঠাৎ অসুস্থ বিধায়ক অখিল গগৈ। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়কজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালত। সম্প্ৰতি অখিল গগৈৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে চিকিৎসকে। Author: দৈনন্দিন বাৰ্তা Related Articles অপাৰেচন থিয়েটাৰত অস্ত্ৰোপচাৰ চলি থকাৰ সময়তে হঠাতে গীত গালে ছনু নিগমে দৈনন্দিন বাৰ্তা - August 9, 2026 বৰপেটাৰোডত নিশা মৰ্মান্তিক ঘটনাঃ প্ৰাণ হেৰুৱালে দুই উদীয়মান যুৱকে দৈনন্দিন বাৰ্তা - June 24, 2026 ৩০ বছৰীয়া জনপ্ৰিয় অভিনেত্ৰী সঞ্চিতা উগালেৰ চৰমপন্থা দৈনন্দিন বাৰ্তা - June 15, 2026