কহিনুৰ থিয়েটাৰৰ মঞ্চত নাটক আৰম্ভ হোৱাৰ প্ৰাক-মুহূৰ্তত মহিৰূহ নিপন গোস্বামীলৈ শ্ৰদ্ধা জনাই আয়োজন কৰা হ’ল শোক সভা। শোক প্ৰকাশক অনুষ্ঠানটোত অংশ গ্ৰহন কৰিলে প্ৰযোজক তপন লহকৰ, অভিনেতা কৃষ্ণমনি নাথ,সিদ্ধান্ত কলিতা,গিৰিজা গোস্বামী,অংকিতা শইকীয়াৰ লগতে অন্য কুশীলৱসকলে। এই অনুষ্ঠানটো আঁত ধৰে অভিনেতা জয়ন্ত জীৱন বৰুৱাই।


