February 2, 2023 কন্যা নমামীৰ সৈতে মা কামাখ্যাৰ আৰ্শীবাদ ল’লে আঙুৰলতা ডেকাই Share FacebookTwitterWhatsAppTelegramKooEmail কন্যা নমামীৰ সৈতে মা কামাখ্যালৈ গৈ মাৰ দুৱাৰমুখত ল’লে আৰ্শীবাদ আঙুৰলতা ডেকাই। মাৰ ঐশ্বৰিক আশীৰ্বাদ এনেকুৱা এটা বস্তু যিটো মই অনন্তকাললৈকে বিচাৰিম। মায়ে সুখ আৰু সমৃদ্ধিৰ আশীৰ্বাদ কৰক বুলি উল্লেখ কৰে আঙুৰলতা ডেকাই। Author: দৈনন্দিন বাৰ্তা Related Articles ৰাজ্যত প্ৰৱল বৰষুণৰ সতৰ্কবাণীঃ চাৰিখন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট দৈনন্দিন বাৰ্তা - August 4, 2026 বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি অসমলৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা দৈনন্দিন বাৰ্তা - August 4, 2026 কটন বিশ্ববিদ্যালয় আৰু কাগাৱা বিশ্ববিদ্যালয়ৰ মাজত ঐতিহাসিক শৈক্ষিক বিনিময় চুক্তি স্বাক্ষৰ দৈনন্দিন বাৰ্তা - August 3, 2026