আজি অসমলৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা।
বান পৰিস্থিতিৰ বুজ ল’বলৈ অসমলৈ আহিব কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা।
দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বুজ ল’ব শিৱসাগৰ, চৰাইদেউৰ বান পৰিস্থিতিৰ।
বান ক্ষতিগ্রস্ত অঞ্চল, আশ্রয় শিৱিৰ পৰিদৰ্শন কৰিব।
বন্যাতসকলৰে মত-বিনিময় কৰিব জে পি নাড্ডাই।

