February 6, 2023 বাঁহীবাদক দীপক শৰ্মাৰ চিকিৎসাৰ বাবে গুৱাহাটী ক্লাবত অনুৰাগীৰ সহায়ৰ আহ্বান… Share FacebookTwitterWhatsAppTelegramKooEmail জনপ্ৰিয় বাঁহীবাদক দীপক শৰ্মা চিকিৎসাধীন৷ বহু অৰ্থৰ প্ৰয়োজন৷ সেইবাবে আজি গুৱাহাটী ক্লাবত অনুৰাগীয়ে অলপ সহায়ৰ আহ্বান জনাইছে সকলোকে৷ ভাল হওক সোনকালে বাঁহীবাদক দীপক শৰ্মা। Author: দৈনন্দিন বাৰ্তা Related Articles ৰাজ্যত প্ৰৱল বৰষুণৰ সতৰ্কবাণীঃ চাৰিখন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট দৈনন্দিন বাৰ্তা - August 4, 2026 বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি অসমলৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা দৈনন্দিন বাৰ্তা - August 4, 2026 কটন বিশ্ববিদ্যালয় আৰু কাগাৱা বিশ্ববিদ্যালয়ৰ মাজত ঐতিহাসিক শৈক্ষিক বিনিময় চুক্তি স্বাক্ষৰ দৈনন্দিন বাৰ্তা - August 3, 2026