February 6, 2023 সুস্থ হৈ ঘৰলৈ উভতিল মইনা নায়ক… Share FacebookTwitterWhatsAppTelegramKooEmail সুস্থ হৈ ঘৰলৈ উভতিল ডিব্ৰুগড়ৰ মইনা নায়ক৷ বহুকেইটা অস্ত্ৰোপচাৰ অন্তত বৰ্তমান সুস্থ হৈ পৰিছে মইনা নায়ক৷ প্ৰায় ৬ মাহ পূৰ্বে মেচিনত সোমাই গুৰুতৰভাৱে আহত হৈছিল মইনা নায়ক৷ এতিয়া সুস্থ হৈ ঘৰলৈ উভতিল মইনা নায়ক। Author: দৈনন্দিন বাৰ্তা Related Articles Assam Assembly Election 2026: অসমত ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন দৈনন্দিন বাৰ্তা - March 15, 2026 পুনৰ বৃদ্ধি পাব টোল কৰঃ পহিলা এপ্ৰিলৰ পৰা টোল কৰ বৃদ্ধিৰ সিদ্ধান্ত দৈনন্দিন বাৰ্তা - March 14, 2026 আজি অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম শুনানি প্ৰক্ৰিয়া সম্পন্ন দৈনন্দিন বাৰ্তা - March 13, 2026