February 8, 2023 অসমৰ আকাশত উৰিল পৱনহংসৰ বিমান Share FacebookTwitterWhatsAppTelegramKooEmail ৰাজ্যবাসীৰ বাবে এক সুখবৰ। আজিৰে পৰা অসমৰ আকাশত উৰিল পৱনহংসৰ বিমান। ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গুৱাহাটীলৈ চলিব এই সেৱা। সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ’ব এই সেৱা। Author: দৈনন্দিন বাৰ্তা Related Articles ৰাজ্যত প্ৰৱল বৰষুণৰ সতৰ্কবাণীঃ চাৰিখন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট দৈনন্দিন বাৰ্তা - August 4, 2026 বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি অসমলৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা দৈনন্দিন বাৰ্তা - August 4, 2026 কটন বিশ্ববিদ্যালয় আৰু কাগাৱা বিশ্ববিদ্যালয়ৰ মাজত ঐতিহাসিক শৈক্ষিক বিনিময় চুক্তি স্বাক্ষৰ দৈনন্দিন বাৰ্তা - August 3, 2026