বাল্য বিবাহৰ লগত জড়িত লোকৰ সংখ্য়া বাঢ়িছে। টুইটাৰত জনালে এই কথা মুখ্যমন্ত্ৰীয়ে…

বাল্য বিবাহৰ লগত জড়িত লোকৰ সংখ্য়া বাঢ়িছে। টুইটাৰত জনালে এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে।

বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২,৭৮৯জন লোকক। টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই এই কথা।

Related Articles