শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চিমেন চাপৰিৰ অধিৱেশনস্থলীত সন্ধানহীন এগৰাকী যুৱতী

প্ৰনিতা চুতীয়া নামৰ চিচি চৌখামটিং গাঁৱৰ এগৰাকী যুৱতী শংকৰদেৱ সংঘৰ চিমেন চাপৰিৰ অধিৱেশনস্থলীত সন্ধানহীন হৈছে। যুৱতাগৰাকী বিশেষ ভাৱে সক্ষম বুলি জনাই পৰিয়ালৰ লোকে।

কোনো ব্যক্তিয়ে যুৱতীগৰাকী সন্ধান পালে পৰিয়ালৰ লোকক জনাবলৈ অনুৰোধ পৰিয়ালৰ।

Related Articles