March 16, 2023 অভয়াপুৰীত বজ্ৰপাত পৰি দুজনকৈ যুৱকৰ মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail শোকাৱহ ঘটনা। অভয়াপুৰীত বজ্ৰপাত পৰি দুজনকৈ যুৱকৰ মৃত্যু। বজাৰলৈ গৈ থকাৰ সময়তে বজ্ৰ পৰাত মৃত্যুক সাৱটিলে দ্বীপজ্যোতি ৰায় আৰু জিন্তু কুমাৰ ৰায় নামৰ যুৱক দুজন যুৱকে। অভয়াপুৰীৰ চুকানীত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। Author: দৈনন্দিন বাৰ্তা Related Articles মহানগৰীত অঘটনঃ গছ পৰি ছাত্ৰীৰ মৃত্যু… দৈনন্দিন বাৰ্তা - June 12, 2026 নীতি আয়োগৰ ১১ সংখ্যক পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ । Himanta Biswa Sarma দৈনন্দিন বাৰ্তা - June 11, 2026 কটন বিশ্ববিদ্যালয়ত ছাত্ৰ সংহতি দিৱস । Cotton University দৈনন্দিন বাৰ্তা - June 10, 2026