গেলেকী, ২৫ছেপ্তেম্বৰঃ উজনি অসমত অসম জাতীয় পৰিষদৰ প্ৰথমখন জিলা আহ্বায়ক সমিতি গঠন । অসমৰ প্ৰথমখন আহ্বায়ক সমিতি গঠন চৰাইদেউত । চৰাইদেউ জিলাৰ জাতীয়তাবাদী শিবিৰৰ অগ্ৰণী ব্যক্তি অৱণী বৰুৱা আৰু সুশীল কুজুৰক মুখ্য আহ্বায়ক হিচাপে লৈ আজি ৫৩ জনীয়া আহ্বায়ক সমিতি গঠন কৰা হয় । সংবাদ মেলযোগে এই কথা সদৰী কৰিলে AJPৰ আহ্বায়ক ৰাজু ফুকনে । অসমীয়া জাতিৰ মৌলিক সমস্যাসমূহ সমাধানৰ বাবে বিভিন্নজনে অসম জাতীয় পৰিষদৰ লগত জড়িত হ’বলৈ যোগাযোগ অব্যাহত ৰাখিছে বুলি মন্তব্য । সোণাৰিৰ গ্ৰীণভিউ হোটেলত অনুষ্ঠিত সংবাদ মেলখনত প্ৰাক্তন আছু নেতা তথা আহ্বায়ক ৰাজু ফুকনৰ লগতে প্ৰাক্তন যুৱ ছাত্ৰ পৰিষদৰ নেতা বিশ্বজিৎ টিপমীয়া, প্ৰাক্তন অগপ নেতা তথা ২০০০ চনৰ সোণাৰি সমষ্টিৰ পাৰ্থী সুশীল কুজুৰ, সমাজসেৱক উমেশ গগৈ উপস্থিত থাকে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…