October 12, 2020 মাজুলীত ফেৰীৰ দুৰ্ঘটনা Share FacebookTwitterWhatsAppTelegramKooEmail মাজুলী : মাজুলীৰ অফলা-নিমাতী ফেৰীত দু্ৰ্ঘটনা। ফেৰীৰ পৰা নৈত পৰিল যাত্ৰী। অফলামুখ ঘাটৰ পৰা নিমাতীলৈ ফেৰীখনে লৈ গৈছিল অত্যাধিক যাত্ৰী। পুৱা ৮ বজাত এই দু্ৰ্ঘটনা সংঘটিত হয় । সবিশেষ ক্ষয় ক্ষতিৰ তথ্য বৰ্তমানেও লাভ কৰিবলৈ সক্ষম হোৱা নাই। Author: দৈনন্দিন বাৰ্তা Related Articles Train Accident: কামৰূপ-যমুনামুখৰ মাজৰ চানজুৰাইত ভয়ংকৰ দুৰ্ঘটনাত পতিত ৰাজধানী এক্সপ্ৰেছ দৈনন্দিন বাৰ্তা - December 20, 2025 Narendra Modi: দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দৈনন্দিন বাৰ্তা - December 20, 2025 MGNREGA: সলনি হ’ল MGNREGA আঁচনিৰ নাম দৈনন্দিন বাৰ্তা - December 19, 2025