মহেন্দ্ৰ সিং ধোনিৰ অধিনায়কত্বৰ চেন্নাই ছুপাৰ কিংছ দলে কোৱালিফায়াৰ-১ত গুজৰাট টাইটানছক পৰাস্ত কৰি দশমবাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰে। গুজৰাটক চি এছ কেক পৰাস্ত কৰাৰ সময়ত অনুৰাগীসকলে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল জানেনে? কোৱালিফায়াৰ-১ত গুজৰাট টাইটানছক পৰাস্ত কৰি দশমবাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছে মহেন্দ্ৰ সিং ধোনিৰ অধিনায়ক চেন্নাই ছুপাৰ কিংছ দলে। গুজৰাট টাইটানছৰ দলটোৱে আই পি এল ২০২৩ৰ লীগ মেচত সৰ্বাধিক জয় পঞ্জীয়ন কৰি টেবুল টপাৰ হিচাপে স্থান লাভ কৰিছিল যদিও কোৱালিফায়াৰ-১ মেচত মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ সন্মুখত ভাল খেলিব পৰা নাছিল। মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত গঠিত চেন্নাই ছুপাৰ কিংছ দলটোৱে কোৱালিফায়াৰ-১ত গুজৰাট টাইটানছক পৰাস্ত কৰি দশমবাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰে। গুজৰাট টাইটানছৰ দলটোৱে আই পি এল ২০২৩ৰ লীগ মেচত সৰ্বাধিক জয় পঞ্জীয়ন কৰি টেবুল টপাৰ হিচাপে স্থান লাভ কৰিছিল যদিও কোৱালিফায়াৰ-১ মেচত মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ সন্মুখত দৌৰিব পৰা নাছিল। কোৱালিফায়াৰ-১ মেচত চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক ১৫ ৰানত পৰাস্ত কৰে। ইয়াৰ পিছত অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত গুজৰাট টাইটানছৰ দলটোক ট্ৰ’ল কৰি চেন্নাই ছুপাৰ কিংছ দলটোক প্ৰশংসা কৰিছে।
Great team spirit to come back and win it!
— Cristiano Ronaldo (@Cristiano) May 23, 2023
Big thank you to the fans that stood with us when we most needed !![]()
pic.twitter.com/juwdTz5HUW
How do you do it? pic.twitter.com/6zPdCVvYRH
— non aesthetic things (@PicturesFoIder) May 23, 2023
Mahendra Singh Dhoni is the GREATEST CAPTAIN OF ALL TIME
— Sahini#MSDhoni𓃵
(@sahini1001) May 23, 2023
ঋতুৰাজ গাইকৱাদৰ উজ্জ্বল ইনিংছৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে খিতাপ দখলৰ দিশে আগবাঢ়িছে। গাইকৱাদৰ ৪৪ বলত ৬০ ৰানৰ ইনিংছৰ ভিত্তিত ৭ উইকেটত ১৭২ ৰান সংগ্ৰহ কৰাৰ পিছত গুজৰাট টাইটানছৰ ইনিংছ শেষৰ বলত ১৫৭ ৰান বাণ্ডিল আউট কৰি দশমবাৰৰ বাবে ফাইনেলত ভৰি দিয়ে। এই প্ৰতিযোগিতাত গুজৰাটৰ দলটোৱে প্ৰথমবাৰৰ বাবে অল আউট কৰিছে। বুধবাৰে দ্বিতীয়খন কোৱালিফায়াৰত লক্ষ্ণৌ ছুপাৰজায়েণ্টছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’বলগীয়া এলিমিনেটৰ মেচখনৰ বিজয়ী দলৰ বিৰুদ্ধে এতিয়া গুজৰাট দলে খেলিব। অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত গুজৰাট টাইটানছৰ দলটোক ট্ৰ’ল কৰিছে।
Nawww what is this
— Everything Out Of Context (@EverythingOOC) May 23, 2023pic.twitter.com/jqEFtNbsfm
গুজৰাট টাইটানছৰ হৈ সৰ্বাধিক ৪২ ৰান অৰিহণা যোগায় শুভমান গিলে।