Breaking

অস্ত্ৰ থকা সকলে আত্মসমৰ্পণ কৰিব লাগিবঃ মণিপুৰত অমিত শ্বাহ

0 93

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অস্ত্ৰ-শস্ত্ৰ থকা লোকসকলক মণিপুৰ আৰক্ষীৰ আগত অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰিবলৈ কয়।

যোৱা মাহত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত ৰাজ্যখন ভ্ৰমণ কৰা শ্বাহে কয় যে কাইলৈৰ পৰা কম্বিং অভিযান আৰম্ভ হ’ব আৰু কাৰোবাৰ লগত যদি অস্ত্ৰ-শস্ত্ৰ পোৱা যায় তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

লগতে মণিপুৰৰ নাগৰিকসকলক ভুৱা বাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ আহ্বান জনায়।

Leave A Reply