আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অসম বৈদিক বৈষ্ণৱ মহাসভাৰ মাননীয় সভাপতি

শ্ৰীৰামেশ্বৰ বৰাৰ নেতৃত্বত অহা প্ৰতিনিধি দলে সাক্ষাৎ কৰে।

মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধি দলটোৰ সদস্যসকলৰ সৈতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে।