দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি চেন্নাইৰ মুখামুখি হ’ব মুম্বাই। চলিত বৰ্ষত চেন্নাই চুপাৰ কিংছে ১০ খন খেলৰ ৩ খনত জয়ী হৈ পইন্ট তালিকাত শেষত থকাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছে ৯ খন খেলৰ ৬ খনত জয়ী হৈ পইন্ট তালিকাৰ ৩ নম্বৰত স্থানত অৱস্থান কৰিছে৷ আজিৰ আজি চেন্নাই বনাম মুম্বাই খেলখন শাৰজাহৰ খেলপথাৰত ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷
আনহাতে আইপিএলত কালি অনুষ্ঠিত হাইদৰাবাদ বনাম ৰাজস্থান, খেল খনত ৰাজস্থানে প্ৰথমে বেটিং কৰি বাংগালুৰৰ সন্মুখত ১৫৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে। উক্ত খেলখনত লক্ষ্যত উপনীত হাইদৰাবাদ জয়লাভ কৰে৷

